अर्थ : সুস্থ বা নিৰোগী অৱস্থা
							उदाहरण : 
							নিয়মিতভাবে ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে
							
पर्यायवाची : স্বাস্থ্য
अर्थ : যাৰ কোনো বেমাৰ-আজাৰ নাই বা যি ভাল স্বাস্থ্যৰ অধিকাৰী
							उदाहरण : 
							এতিয়া আপোনাৰ শৰীৰ সুস্থ
							
पर्यायवाची : অৰুগ্ন, নিৰোগী, সুস্থ, স্বস্থ, স্বাস্থ্যজনক, স্বাস্থ্যৱান