अर्थ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
							उदाहरण : 
							মোৰ কিবা খাবৰ মন গৈছে
							
पर्यायवाची : অভিলাষ কৰা, ইচ্ছা যোৱা, বিচৰা, মন যোৱা
अर्थ : কোনো বস্তু বা কামৰ প্রতি হোৱা ইচ্ছা
							उदाहरण : 
							পহৰাদাৰজনে ঘৰলৈ যাবলৈ ইচ্ছা কৰিছে
							
पर्यायवाची : কামনা কৰা, প্রত্যাশা কৰা, মন কৰা