अर्थ : উচ্ছন্ন বা নষ্ট হোৱা
							उदाहरण : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
पर्यायवाची : অনিষ্ট কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা
अर्थ : বহুত সস্তা দামত বিক্রী কৰা
							उदाहरण : 
							মদাহীটোৱে নিজৰ মাটি সস্তাত বিক্ৰী কৰিলে
							
पर्यायवाची : সস্তাত বিক্ৰী কৰা
अर्थ : মানৱ বিহীন হোৱা
							उदाहरण : 
							ধুমুহা বৰষুণে ভালেমান বস্তি উছন কৰিলে