अर्थ : উৰিষ্যাৰ অধিবাসী
							उदाहरण : 
							এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব
							
अर्थ : যি লিপিত উড়িয়া ভাষা লিখা হয়
							उदाहरण : 
							লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা  কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে
							
पर्यायवाची : উড়িয়া লিপি
अर्थ : উৰিষ্যাৰ বা উৰিষ্যাৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							আমি উৰিয়া নৃত্য চাবলৈ গৈছিলোঁ
							
पर्यायवाची : উৰিয়া
अर्थ : উড়িয়া ভাষাৰ বা উড়িয়া ভাষাৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							পুৰীৰ বিষয়ে অধিক জানিবলৈ মই ভালেমান উড়িয়া কিতাপ অধ্যয়ন কৰিলোঁ