अर्थ : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
							उदाहरण : 
							ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
							
पर्यायवाची : উদ্যোগী
अर्थ : পৰিশ্রম কৰা ব্যক্তি
							उदाहरण : 
							পৰিশ্রমীয়ে নিশ্চয় সফলতা লাভ কৰিব
							
पर्यायवाची : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী
अर्थ : প্রয়াস বা উদ্যম থকা ব্যক্তি
							उदाहरण : 
							প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
							
पर्यायवाची : উদ্যোগী
अर्थ : যিজনে পৰিশ্রম কৰে:পৰিশ্রমী লোক সদায় সফল হয়
							उदाहरण : 
							
							
पर्यायवाची : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী, ্ কর্মঠ
अर्थ : যিটো উৎসাহেৰে ভৰি আছে
							उदाहरण : 
							উদ্যমী ব্যক্তিয়ে যিকোনো কাম উৎসাহেৰে কৰিব পাৰে
							
पर्यायवाची : উদ্যমপূর্ণ, উৎসাহী, ্উৎসাহপূর্ণ