अर्थ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
							उदाहरण : 
							উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
							
पर्यायवाची : উৎকোচ
अर्थ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
							उदाहरण : 
							চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়