अर्थ : নিজৰ অনুকূলে কোনো কার্য কৰিবৰ কাৰণে অনুচিতভাৱে দিয়া বা লোৱা বস্তু আদি
							उदाहरण : 
							তেওঁ ্ঘোচ লৈ থাকোতে ধৰা পৰিল
							
पर्यायवाची : ঘোচ
अर्थ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
							उदाहरण : 
							উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
							
पर्यायवाची : উপঢৌকন