अर्थ : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
							उदाहरण : 
							উৰাজাহাজখন বহুত ওপৰত উৰি আছে
							
पर्यायवाची : উচ্চতা
अर्थ : লিখা-মেলাৰ একেবাৰে প্রথমত
							उदाहरण : 
							ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে
							
अर्थ : সহায়ৰ আধাৰত
							उदाहरण : 
							মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে