अर्थ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
							उदाहरण : 
							সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
							
पर्यायवाची : লগোৱা
अर्थ : কাম সম্পূর্ণ ্কৰাত পলম কৰা কার্য
							उदाहरण : 
							নিশ্চয় ্তেওঁৱেই মোৰ কামটো ওলোমাই থৈছে