अर्थ : কাৰোবাৰ বহুতো পত্নিৰ ভিতৰত পদ, ্মর্যাদা আদিত সৰু পত্নী
							उदाहरण : 
							পাটৰাণীৰ কথাত ৰজাই কনিষ্ঠাক ঘৰৰ পৰা উলিয়াই দিলে
							
पर्यायवाची : গৌণ পত্নী
अर्थ : কেইবাগৰাকীও পত্নীৰ ভিতৰত যি গৰাকীক স্বামীয়ে কমকৈ মৰম কৰে
							उदाहरण : 
							বৃদ্ধাৱস্থাত পাটৰাণীও কনিষ্ঠা হৈ পৰে