अर्थ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
							उदाहरण : 
							মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
							
पर्यायवाची : কটা
अर्थ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
							उदाहरण : 
							মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
							
पर्यायवाची : কটা
अर्थ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
							उदाहरण : 
							
							
पर्यायवाची : কটা