अर्थ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
							उदाहरण : 
							মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
							
पर्यायवाची : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
अर्थ : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
							उदाहरण : 
							ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে