अर्थ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
							उदाहरण : 
							প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
							
पर्यायवाची : কলম
अर्थ : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ
							उदाहरण : 
							তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে
							
अर्थ : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ
							उदाहरण : 
							এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ
							
पर्यायवाची : ট্রফী