अर्थ : হিচাপৰ কেঁ্চা চিঠা
							उदाहरण : 
							তেওঁ হিচাপ কৰাৰ পিছত খচৰাখন ফালি পেলালে
							
अर्थ : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
							उदाहरण : 
							সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
							
पर्यायवाची : পাণ্ডুলিপি, পাণ্ডুলেখ
अर्थ : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
							उदाहरण : 
							মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
							
पर्यायवाची : পাণ্ডুলেখ