अर्थ : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
							उदाहरण : 
							সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
							
अर्थ : যিকোনো বস্তুৰ গোটা টুকুৰা
							उदाहरण : 
							এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
							
पर्यायवाची : টুকুৰা