अर्थ : যিজন বেপাৰীয়ে কম-কমকৈ মালবস্তু কিনে বা বিক্রী কৰে
							उदाहरण : 
							শ্যাম এজন খুচুৰা বেপাৰী
							
पर्यायवाची : খুচুৰা ব্যৱসায়ী
अर्थ : যিজনে বেলেগকৈ, খুচুৰাকৈ বা কম কমকৈ মাল-বস্তু বা চুক্তিপত্র বেচে
							उदाहरण : 
							তেওঁ খুচুৰা দোকানীজনৰ পৰা দুই কিলো চাউল কিনিলে
							
पर्यायवाची : খুচুৰা দোকানী, গেলামালৰ দোকানী, মুদৈ