अर्थ : ধাতু, কাঠ, শিল আদিৰ ওপৰত কাটি উলিওৱা ভাস্কর্য
							उदाहरण : 
							এই চকীখনৰ খোদাইৰ কাম বহুত ভাল হৈছে
							
पर्यायवाची : খোদন
अर्थ : ধাতু, পাথৰ, কাঠ আদিৰ ওপৰত খোদাই কৰি ভাস্কর্য ্তৈয়াৰ কৰা কলা
							उदाहरण : 
							বাঢ়ৈয়ে নিজৰ লʼৰাজনক খোদাই কাম শিকাই আছে