अर्थ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
							उदाहरण : 
							ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
							
पर्यायवाची : গোঁজ
अर्थ : ধাতুৰে তৈয়াৰী শাল বা খিলা
							उदाहरण : 
							তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে