अर्थ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
							उदाहरण : 
							ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
							
पर्यायवाची : হুংকাৰ
अर्थ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
							उदाहरण : 
							বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
							
पर्यायवाची : গোজৰ