अर्थ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী
							उदाहरण : 
							তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে
							
पर्यायवाची : কলাৰ
अर्थ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
							उदाहरण : 
							সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
							
पर्यायवाची : কণ্ঠ
अर्थ : গলি থকা এক অৱস্থা
							उदाहरण : 
							বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়
							
अर्थ : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা
							उदाहरण : 
							বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়
							
पर्यायवाची : গলি যোৱা