अर्थ : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
							उदाहरण : 
							কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
							
पर्यायवाची : এৰোৱা
अर्थ : গুচোৱা কার্য
							उदाहरण : 
							কুঁহিয়াৰ গুচোৱা হʼল
							
अर्थ : আনৰ দ্বাৰা গুচা
							उदाहरण : 
							কৃষকে খেতিপথাৰত কুঁহিয়াৰ গুচোৱাই আছে