अर्थ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
							उदाहरण : 
							ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
							
पर्यायवाची : অভিযোগকাৰী, ফৰিয়াদী
अर्थ : অভিযোগ লগোৱা কার্য
							उदाहरण : 
							তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
							
पर्यायवाची : ফৰিয়াদী
अर्थ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে
							उदाहरण : 
							দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে
							
पर्यायवाची : ফৰিয়াদী