अर्थ : যিজন গুজৰাটৰ নিবাসী
							उदाहरण : 
							গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে
							
पर्यायवाची : গুজৰাট বাসী, গুজৰাট-বাসী
अर्थ : গুজৰাট ৰাজ্যৰ ভাষা
							उदाहरण : 
							গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে
							
पर्यायवाची : গুজৰাটী ভাষা
अर्थ : গুজৰাটত থকা বা বসতি কৰা
							उदाहरण : 
							গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে
							
अर्थ : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ
							उदाहरण : 
							তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে
							
अर्थ : গুজৰাট সম্বন্ধীয়
							उदाहरण : 
							নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে