अर्थ : যি ইন্দ্রিয়ৰ যোগেদি প্রাণীয়ে সন্তান জন্ম দিয়ে
							उदाहरण : 
							ইয়াত জননেন্দ্রিয় ্সম্পর্কীয় ৰোগৰ চিকিৎসা কৰা হয়
							
पर्यायवाची : গুপ্তাঙ্গ, জনন ইন্দ্রিয়, জননেন্দ্রিয়
अर्थ : পুৰুষৰ জনন কার্যৰ লগত সম্বন্ধিত অংগ
							उदाहरण : 
							যি লোকৰ পুৰুষাংগ নিষ্ক্রিয়, ্ তেওঁলোকে সন্তান জন্ম দিব নোৱাৰে
							
पर्यायवाची : পুৰুষ জননাংগ, পুৰুষাংগ, শিশ্ন