अर्थ : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
							उदाहरण : 
							এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
							
अर्थ : ৰেখা আদিৰে ঘেৰি থকা স্থান
							उदाहरण : 
							তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
							
अर्थ : নিজৰ দেশ
							उदाहरण : 
							আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
							
पर्यायवाची : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
अर्थ : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
							उदाहरण : 
							তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে