अर्थ : একপ্রকাৰৰ সুগন্ধিত গছৰ কাঠ যাৰ মিহি গুৰিৰে শৰীৰত প্রলেপ লগোৱা হয়
							उदाहरण : 
							চন্দনে শৰীৰত শীতলতা প্রদান কৰে
							
पर्यायवाची : গন্ধৰাজ
अर्थ : পবিত্র জ্ঞান কৰা সুগন্ধিযুক্ত কাঠৰ এবিধ গছ
							उदाहरण : 
							দক্ষিণ ভাৰতত চন্দন গছ বেছিকৈ পোৱা যায়