अर्थ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
							उदाहरण : 
							পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
							
पर्यायवाची : শক্তি
अर्थ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
							उदाहरण : 
							বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়