अर्थ : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি
							उदाहरण : 
							তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে
							
पर्यायवाची : কৌশল
अर्थ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
							उदाहरण : 
							বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
							
पर्यायवाची : চালি
अर्थ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
							उदाहरण : 
							চাল খেলাৰ এইবাৰ আপোনাৰ পাল
							
पर्यायवाची : বাজি