अर्थ : ওপৰৰ ভাগ বেঙুনীয়া আৰু তলৰ ভাগ বগা কন্দৰ এবিধ পাচলি-গছ
							उदाहरण : 
							সীতাই শাকনিৰ পৰা চালগোম উঘালিছে
							
पर्यायवाची : চালগোম গছ
अर्थ : গাৰ ওপৰৰ ফালে পাতল বেঙুনীয়া আৰু তলৰ ফালে বগা ৰঙৰ এবিধ গোলাকাৰ কন্দ বা মূল
							उदाहरण : 
							চালগোমেৰে তৰকাৰী আৰু চালাদ বনোৱা হয়