अर्थ : মেকুৰী প্রজাতিৰ এবিধ হিংস্র বনৰীয়া জন্তু!
							उदाहरण : 
							চিতাবাঘ বৰ বেগাই দৌৰিব পৰা জন্তু
							
पर्यायवाची : চিতাবাঘ
अर्थ : মৃতকক সৎকাৰ কৰা কাঠ বা বাঁহৰ মেজি
							उदाहरण : 
							আজিৰ পৰিস্থিতি দেখি এনে লাগে যেন গান্ধীজীৰ চিতাৰ লগতে পৰস্পৰৰ সদ্ভাৱ, প্রেম, অহিংসা সকলো জ্বলি ্ছাঁই হৈ গʼল