अर्थ : ঘৰৰ আগফাল, মাজভাগ বা পাছফালে থকা আহল-বহল মুকলি অংশ:লʼৰা-ছোৱালীবোৰে চোতালত খেলি আছে
							उदाहरण : 
							
							
पर्यायवाची : অংগন, আঙ্গিনা, প্রাঙ্গন, মুক্তাঙ্গন
अर्थ : কোনো ভৱন আদিৰ মাজত বা আগফাল বা পিছফালে থকা মুকলি ঠাই বিশেষ
							उदाहरण : 
							ছিৰি সাজিবৰ কাৰণে নতুন ভৱনটোত চোতাল ৰাখি থোৱা হৈছে