अर्थ : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব
							उदाहरण : 
							ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে
							
पर्यायवाची : তদাৰক-তদবিৰ, দেখা-শুনা
अर्थ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
							उदाहरण : 
							এই কামটোৰ তদাৰক ৰামে কৰিছে
							
पर्यायवाची : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ