अर्थ : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে
							उदाहरण : 
							তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক
							
पर्यायवाची : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র
अर्थ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
							उदाहरण : 
							চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
							
पर्यायवाची : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী