अर्थ : কোনো তৰল পদার্থ ছটিওৱা কার্য
							उदाहरण : 
							ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
							
पर्यायवाची : সিঁচা
अर्थ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
							उदाहरण : 
							আঞ্জাত নিমখ ছটিয়াই দিয়া
							
पर्यायवाची : ছটিয়াই দিয়া
अर्थ : পানী ছটিওৱা কার্য
							उदाहरण : 
							ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
							
पर्यायवाची : ছটিয়াই দিয়া
अर्थ : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
							उदाहरण : 
							ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
							
पर्यायवाची : বর্ষণ ্কৰা
अर्थ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
							उदाहरण : 
							খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
							
पर्यायवाची : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা