अर्थ : ইফাল-সিফাল
							उदाहरण : 
							পুলিচে কন্দুৱাগেছ এৰাৰ লগে-লগে ভীৰ কৰা জনতা ছিন্ন-ভিন্ন হৈ পৰিল
							
अर्थ : যিটো ইফালে-সিফালে সিঁচৰতি হৈ আছে
							उदाहरण : 
							ছেদেলি-ভেদেলি হৈ থকা মানুহবোৰক শ্রেণীবদ্ধ হʼবলৈ কোৱা হʼল
							
पर्यायवाची : ছেদেলি-ভেদেলি