अर्थ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
							उदाहरण : 
							কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
							
पर्यायवाची : কিম্বদন্তি, জনশ্রুতি, জনৰৱ, প্রবাদ
अर्थ : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে
							उदाहरण : 
							এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে
							
पर्यायवाची : কিম্বদন্তী, লোককথা, লোকপ্রবাদ