अर्थ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
							उदाहरण : 
							কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
							
पर्यायवाची : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
अर्थ : যিটো কাণ বাগৰি আহিছে
							उदाहरण : 
							মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
							
पर्यायवाची : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা