अर्थ : কোনো নগৰ বা দেশ আদিত বসতি কৰি অহা মানুহৰ সর্বমুঠ সংখ্যা
							उदाहरण : 
							ভাৰতৰ জনসংখ্যা তীব্রগতিত বাঢ়িবলৈ ধৰিছে
							
पर्यायवाची : আবাদী
अर्थ : কোনো ঠাইত থকা বা বসবাস কৰা কোনো জীৱ মুঠ সংখ্যা
							उदाहरण : 
							ভাৰতবর্ষত ্বাঘৰ জনসংখ্যা দিনে-দিনে কমি আহিবলৈ ধৰিছে
							
पर्यायवाची : আবাদী