अर्थ : কোনো বস্তু আদিৰ গুণ-দোষ চিনাক্ত কৰিব পৰা ব্যক্তি
							उदाहरण : 
							আমাৰ শিক্ষাগুৰু এজন ভাল জহুৰী, তেখেতে কোনো ব্যক্তিৰ আদব-কায়দা চাই তেওঁৰ মহত্ত্বৰ বিষয়ে কʼব পাৰে
							
अर्थ : যিয়ে ৰত্ন আদিক ভালদৰে পৰীক্ষা কৰে
							उदाहरण : 
							এজন ভাল জহুৰী লগত লৈহে ৰত্ন আদি আচল নে নকল চিনিব পাৰি
							
पर्यायवाची : জহৰী