अर्थ : যি লিপিত জাপানী ভাষা লিখা হয়
							उदाहरण : 
							ৰূপাই জাপানীত লিখা-পঢ়া কৰিব পাৰে
							
पर्यायवाची : জাপানী-লিপি
अर्थ : জাপান দেশৰ ভাষা
							उदाहरण : 
							ৰামে জাপানী কʼব পাৰে
							
अर्थ : জাপানত বসবাস কৰা
							उदाहरण : 
							জাপানীসকল বৰ পৰিশ্রমী
							
अर्थ : জাপানৰ বা জাপানৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							জাপানী বস্তু সস্তা, ধুনীয়া আৰু দী্র্ঘম্যাদী হয়