अर्थ : এক প্রকাৰৰ সৰু নৌকা যাক জাহাজত এইকাৰণে ৰখা হয় যাতে কিবা কাৰণত জাহাজ ডুবিব লগা হʼলে তাত উঠি যাত্রীয়ে নিজৰ প্রাণ ৰক্ষা কৰিব পাৰে
							उदाहरण : 
							নাবিকজনে যাত্রীসকলক জাহাজখন ডুবিবলৈ ধৰাৰ আগজাননী দি সকলোকে জীৱন নৌকাৰ ব্যৱহাৰ কৰিবলৈ কʼলে
							
पर्यायवाची : জীৱন নৌকা