अर्थ : প্রথমে এবাৰ-দুবাৰ কামত ব্যৱহৃত পদার্থ
							उदाहरण : 
							পূজা আদিত উচ্ছিষ্টৰ ব্যৱহাৰ নকৰে
							
पर्यायवाची : উচ্ছিষ্ট
अर्थ : কাৰোবাক দিয়া ভোজনৰ পৰা বাকী ৰোৱা বস্তু
							उदाहरण : 
							জুঠা আনক দিব নালাগে
							
पर्यायवाची : উচ্ছিষ্ট ভোজন
अर्थ : যাৰ আগতে কোনোৱে ব্যৱহাৰ কৰিছে
							उदाहरण : 
							জুঠা ভোজন ভগৱানক অর্পন ্কৰা নহয়  মায়ে জুঠা বাচনবোৰক ধুই আছে