अर्थ : কোনো সংস্থাৰ জন্ম দিৱস অথবা কোনো মহত্ত্বপূর্ণ ্কামৰ আৰম্ভ হোৱা বার্ষিক তিথিত হোৱা উৎসৱ
							उदाहरण : 
							এই সংস্থাটোৱে আজি নিজৰ ৰূপালী জয়ন্তী পালন কৰিছে
							
अर्थ : উৎসৱ হিচাপে পালন কৰা কোনো প্রসিদ্ধ ব্যক্তিৰ জন্মদিন
							उदाहरण : 
							মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে দুই অক্টোবৰত গান্ধী জয়ন্তী পালন কৰা হয়
							
पर्यायवाची : আবি্র্ভাৱ তিথি, জন্ম-উৎসৱ, জন্মোৎসৱ