अर्थ : কোনো বস্তুক প্রাপ্ত কৰিবৰ বাবে বিভিন্ন পক্ষৰ সেই বস্তুটোক নিজৰ ফালে টনা কার্য
							उदाहरण : 
							টনা-টনি কৰোঁতে তেওঁৰ ্কাপোৰ ফাটি থাকিলে
							
अर्थ : বস্তুবোৰৰ টনা-টনি বা সাল-সলনি পৰা কার্য
							उदाहरण : 
							ৰেডিঅʼটোক টনা-আজোৰা নকৰিবা
							
पर्यायवाची : টনা-আজোৰা