अर्थ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
							उदाहरण : 
							মোৰ ডিঙিটো টানি ধৰিছে
							
पर्यायवाची : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
अर्थ : অনুচিতভাৱে লোৱা
							उदाहरण : 
							মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
							
पर्यायवाची : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা