अर्थ : যিকোনো বস্তুৰ গোটা টুকুৰা
							उदाहरण : 
							এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
							
पर्यायवाची : খণ্ড
अर्थ : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
							उदाहरण : 
							শিশুটোৱে বৰফৰ টুকুৰা খাই আছে