अर्थ : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়
							उदाहरण : 
							তেওঁ দিনৰ দিনটো টেপ শুনি থাকে
							
पर्यायवाची : টেপ-ৰেকর্ডাৰ
अर्थ : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে
							उदाहरण : 
							মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে
							
पर्यायवाची : কেছেট
अर्थ : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য
							उदाहरण : 
							তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে