अर्थ : খুব ভালকৈ ভৰি থকা
							उदाहरण : 
							এই মোনাটো সূতাৰে ঠাহ খাই আছে
							
अर्थ : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
							उदाहरण : 
							ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
							
अर्थ : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
							उदाहरण : 
							ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
							
पर्यायवाची : ভর্তি হোৱা, ভৰি থকা