अर्थ : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া
							उदाहरण : 
							ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে
							
पर्यायवाची : বাতা, মেৰামতি কৰা
अर्थ : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য
							उदाहरण : 
							শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে
							
पर्यायवाची : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা
अर्थ : ভাড়াত কোনো যান-বাহন আদি লোৱা
							उदाहरण : 
							আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
							
पर्यायवाची : লোৱা
अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
							उदाहरण : 
							এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
							
पर्यायवाची : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা
अर्थ : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা
							उदाहरण : 
							তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে