अर्थ : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
							उदाहरण : 
							ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
							
अर्थ : বার্মু্দাত প্রচলিত মুদ্রা
							उदाहरण : 
							তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
							
पर्यायवाची : বার্মুদিয়ান ডলাৰ
अर्थ : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
							उदाहरण : 
							মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
							
पर्यायवाची : অষ্ট্রেলিয়ান ডলাৰ
अर्थ : আমেৰিকাত প্রচলিত মুদ্রা
							उदाहरण : 
							এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
							
पर्यायवाची : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
अर्थ : বাহামাত চলা মুদ্রা
							उदाहरण : 
							এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
							
पर्यायवाची : বাহামিয়ান ডলাৰ